Thursday, November 28, 2019

Our Vision on This blog & Youtube

এক গুনগত শিক্ষাৰ আভাষ দিয়াৰ লক্ষ্যৰে নতুন আৰম্ভনিৰ প্ৰস্তুতি, যত সৰু সৰু বিষয়বোৰ লৈ ইউটিউবত ভিডিয়'ৰ লগতে ব্লগ আকাৰে প্ৰকাশ কৰাৰ প্ৰস্তুতি |বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি আমোদজনক তথ্য প্ৰকাশ আৰু বুদোৱাৰ চেষ্টা |

বিদ্ৰ: এই ব্লগটো আজি ২৮নৱেম্বৰ ,২০১৯ তাৰিখে লিখা হৈছে | আমাৰ ইউটিউব চেনেলটো বৰ্তমান প্ৰকাশিত ৰূপত উপলদ্ধ নহয় | মাৰ্চ২০২০ইংৰ পৰাহে আমাৰ ইউটিউব চেনেলত ভিডিয়' আপলডৰ আৰম্ভনি কৰা হ'ব | এডমিনৰ লগত যোগাযোগ কৰিবলৈ আৰু feedbackৰ বাবে ইয়াত ক্লিক কৰক (facebook) 

No comments:

Post a Comment